അർത്ഥം : ভাঙি চিঙি নষ্ট হোৱা
ഉദാഹരണം :
কেতিয়াবা সকলোতকৈ ভাল হিচাপে গণ্য কৰা এই প্রাসাদটো সময়ৰ লগে লগে উৱলি গʼল
പര്യായപദങ്ങൾ : উৱলি যোৱা, বিধ্বস্ত হোৱা
അർത്ഥം : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
ഉദാഹരണം :
খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
പര്യായപദങ്ങൾ : পঁ্চা