അർത്ഥം : যি প্রেৰণা দিয়ে বা কোনো কামত প্রবৃত্ত কৰায়
ഉദാഹരണം :
কেইবাজনো উৎসাহদাতাৰ উৎসাহে মোক এই স্থানলৈকে পোৱালে
അർത്ഥം : উৎসাহ বৃদ্ধি কৰোতা
ഉദാഹരണം :
উৎসাহদাতা ব্যক্তিজনে দলটোক উৎসাহিত কৰি আছিল
പര്യായപദങ്ങൾ : প্রোৎসাহক