അർത്ഥം : নিজৰ অনুকূলে কোনো কার্য কৰিবৰ কাৰণে অনুচিতভাৱে দিয়া বা লোৱা বস্তু আদি
ഉദാഹരണം :
তেওঁ ্ঘোচ লৈ থাকোতে ধৰা পৰিল
പര്യായപദങ്ങൾ : ঘোচ
അർത്ഥം : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
ഉദാഹരണം :
উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
പര്യായപദങ്ങൾ : উপঢৌকন