അർത്ഥം : কাৰোবাৰ বা কিহবাৰ বিষয়ে কিবা কোৱা কার্য
ഉദാഹരണം :
আজিকালিৰ নেতাই সভা আদিত কেৱল সমস্যাৰ কথাহে উল্লেখ কৰে সমাধানৰ কথা নহয়
പര്യായപദങ്ങൾ : চর্চা
അർത്ഥം : প্রমাণৰ উল্লেখ
ഉദാഹരണം :
উকীলে দণ্ডাধীশৰ সন্মখত সকলো ঘটনাৰ উল্লেখ কৰিলে
പര്യായപദങ്ങൾ : জামিন