അർത്ഥം : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
ഉദാഹരണം :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
പര്യായപദങ്ങൾ : ইংৰাজী, ইংৰাজী ভাষা
അർത്ഥം : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
ഉദാഹരണം :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
പര്യായപദങ്ങൾ : ইংৰাজী