അർത്ഥം : যিটো ঘৰ বা আবাসৰ সৈতে সম্বন্ধিত
ഉദാഹരണം :
আৱাসীয় সমস্যাবোৰ সমাধানৰ কাৰণে এটা সজাতি দল মাতি পঠিওৱা হৈছে
പര്യായപദങ്ങൾ : আবাসীয়
അർത്ഥം : থাকিবৰ বা বসতি কৰিবৰ কাৰণে বনোৱা
ഉദാഹരണം :
চহৰৰ পৰা দূৰৈৰ আৱাসীয় এলেকাত ভাড়াঘৰ সস্তাত পোৱা যায়