അർത്ഥം : যোগ আদিত শৰীৰৰ অৱয়বৰ বিশেষ ভংগিমা
ഉദാഹരണം :
যোগ সাধনাৰ বাবে বহুতো প্রকাৰৰ আসন দেখুওৱা হৈছে
പര്യായപദങ്ങൾ : যোগাসন
അർത്ഥം : যি বস্তুত বহিব পৰা যায়
ഉദാഹരണം :
শিক্ষাগুৰুক স্বাগতম জনাবলৈ লʼৰা-ছোৱালীবোৰে নিজৰ নিজৰ আসন এৰি থিয় হৈ দিলে