അർത്ഥം : কোনো কথা বা কামত কৰা ইচ্ছা
ഉദാഹരണം :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
പര്യായപദങ്ങൾ : বিচৰা
അർത്ഥം : আশা বা কামনা কৰা
ഉദാഹരണം :
মই আশা কৰিছো যে মোৰ প্রথম পত্রখন আপুনি পালে