അർത്ഥം : খোৱা কাম আৰু ঔষধত ব্যৱহাৰ কৰা কেঁ্হা সোৱাদৰ এবিধ গোলাকাৰ ফল
ഉദാഹരണം :
এইখিনি আমলখিৰ আচাৰ
പര്യായപദങ്ങൾ : আমলকি
അർത്ഥം : খোৱা আৰু ঔষধৰ কামত অহা গোল, টেঙা ফলৰ এবিধ গছ
ഉദാഹരണം :
ধুমুহাত আমলখিৰ এটা ডাল ভাগিল