അർത്ഥം : এবিধ উদ্ভিদৰ চনচনীয়া আৰু জ্বলা সোৱাদৰ গাঁঠি থকা মূল
ഉദാഹരണം :
আদা ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা হয়
അർത്ഥം : মছলা হিচাপে ব্যৱহাৰ কৰা ঠেঙুলি থকা কন্দৰ এবিধ ঔষধি উদ্ভিদ আৰু যাৰ সোৱাদ জ্বলা
ഉദാഹരണം :
আদাৰ মূল স্বাস্থ্যৰ কাৰণে ভাল
പര്യായപദങ്ങൾ : আদাৰ গছ