അർത്ഥം : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব
ഉദാഹരണം :
পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে
പര്യായപദങ്ങൾ : দুখ
അർത്ഥം : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ
ഉദാഹരണം :
মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে