അർത്ഥം : কোনো কথা, কাম আদিত সহমত নোহোৱা ভাব বা কার্য
ഉദാഹരണം :
সদস্যসকলৰ অসন্মতিৰ কাৰণেই এই আঁচনিখন ওলমি আছে
പര്യായപദങ്ങൾ : অসন্মতি, অসমর্থন, অসহমত, সন্মতিহীনতা
അർത്ഥം : যিজন সন্মত বা মান্তি নহয়
ഉദാഹരണം :
কিছুমান লোক এই প্রস্তাৱটোত অসন্মত আছিল
പര്യായപദങ്ങൾ : অসন্মত