അർത്ഥം : কিহবাৰ আধাৰত অনুমান কৰা কার্য
ഉദാഹരണം :
এই সংখ্যাবোৰৰ পুনৰ অনুমান কৰি হিচাপ উলিয়াব লাগিব
പര്യായപദങ്ങൾ : আন্দাজ
അർത്ഥം : এনেকুৱা হʼব পাৰে বুলি নিজৰ মনৰ মাজতে বোধজন্মা এক ভাব
ഉദാഹരണം :
কেতিয়াবা কেতিয়াবা অনুমান ভুলো হʼব পাৰে
പര്യായപദങ്ങൾ : আন্তাজ