അർത്ഥം : অধিকাৰহীন হোৱা অৱস্থা বা অধিকাৰ নোহোৱা বা প্রভুত্বৰ অভাৱ
ഉദാഹരണം :
এই সম্পত্তিৰ ওপৰত ্তেওঁৰ অধিকাৰহীনতা প্রমাণ হোৱাৰ পিছত ্তেওঁ নিজৰ দাবী এৰিব লগাত পৰিল
പര്യായപദങ്ങൾ : অধিকাৰহীনতা, অনধিকাৰিতা
അർത്ഥം : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
ഉദാഹരണം :
আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
പര്യായപദങ്ങൾ : স্বত্বহীন