അർത്ഥം : যি কাৰোবাৰ বশীভূত হৈ আছে
ഉദാഹരണം :
ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল
അർത്ഥം : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা
ഉദാഹരണം :
নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল
പര്യായപദങ്ങൾ : অধীনস্থ