അർത്ഥം : আৱশ্যকতা অনুসৰি নির্দিষ্ট পৰিমাণতকৈ অলপ বেছি যোগ কৰা, বঢ়োৱা বা লগ লগোৱা
ഉദാഹരണം :
অতিৰিক্ত খোৱাটো বেয়া
പര്യായപദങ്ങൾ : অতি বেছি, ওপৰঞ্চি, জিয়াদা, মাত্রাধিক, মাত্রাৰিক্ত
അർത്ഥം : নিয়ত, প্রচলিত বা সাধাৰণতকৈ অধিক
ഉദാഹരണം :
এই মূল্যবৃদ্ধিৰ সময়ত অতিৰিক্ত আয় অবিহনে ঘৰ চলোৱা কঠিন