അർത്ഥം : নিজান ঠাইত থকা বা বসবাস কৰোতা
ഉദാഹരണം :
অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
പര്യായപദങ്ങൾ : একাকিন
അർത്ഥം : যাৰ লগত কোনো নাই বা নাথাকে
ഉദാഹരണം :
তেওঁ অকলশৰীয়া জীৱন কটাই আছে
പര്യായപദങ്ങൾ : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ