അർത്ഥം : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
ഉദാഹരണം :
ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
പര്യായപദങ്ങൾ : মাজু
അർത്ഥം : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
ഉദാഹരണം :
এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
പര്യായപദങ്ങൾ : মধ্যমীয়া