അർത്ഥം : সৰু আকাৰৰ ছাতি
ഉദാഹരണം :
বৰষুণ, ৰʼদ আদিত চহৰৰ মহিলাই ছাতিৰ ব্যৱহাৰ কৰে
പര്യായപദങ്ങൾ : সৰু ছাতি
അർത്ഥം : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন
ഉദാഹരണം :
বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়
പര്യായപദങ്ങൾ : ছত্র