അർത്ഥം : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
ഉദാഹരണം :
তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
പര്യായപദങ്ങൾ : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
അർത്ഥം : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
ഉദാഹരണം :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
പര്യായപദങ്ങൾ : চলা