അർത്ഥം : মাটিৰ নিচেই ওচৰৰ পৰা চাৰিওফালে প্রসাৰিত হৈ ওলোৱা ডালৰ উদ্ভিদ
ഉദാഹരണം :
এই জংঘল জোপোহাৰে ভৰি আছে
പര്യായപദങ്ങൾ : জোপোহা
അർത്ഥം : ঘন আৰু কাঁইটীয়া উদ্ভিদ
ഉദാഹരണം :
চিকাৰীটোক দেখিয়েই বনৰীয়া গাহৰিটো জোপোহাত লুকাই পৰিল
പര്യായപദങ്ങൾ : জোপোহা