അർത്ഥം : জোতাৰ সলনি পিন্ধা চামৰা, ৰবৰ, প্লাষ্টিক আদিৰ পটি লগোৱা আৰু গোৰোহা ওলাই থকা এবিধ সামগ্রী
ഉദാഹരണം :
মোৰ চেণ্ডেলযোৰ চিগিল
പര്യായപദങ്ങൾ : চপ্পল
അർത്ഥം : এক প্রকাৰৰ গোৰোহাত পৰিধান কৰা ফিটা লগোৱা চপ্পল বিশেষ
ഉദാഹരണം :
বৰষুণৰ দিনত মহেশে প্লাষ্টিকৰ চেণ্ডেল পিন্ধে