അർത്ഥം : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে
ഉദാഹരണം :
ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে
അർത്ഥം : চেক দেশৰ অধিবাসী
ഉദാഹരണം :
সেই চেকবাসীজনে হিন্দীও সলসলীয়াকৈ কʼব পাৰে
പര്യായപദങ്ങൾ : চেকবাসী
അർത്ഥം : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে
ഉദാഹരണം :
সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে
പര്യായപദങ്ങൾ : ধনাদেশ
അർത്ഥം : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়
ഉദാഹരണം :
মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ
പര്യായപദങ്ങൾ : কিস্তিমাত
അർത്ഥം : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে
പര്യായപദങ്ങൾ : চেকভাষা
അർത്ഥം : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ
ഉദാഹരണം :
চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল