അർത്ഥം : পোক-পতঙ্গ আদি মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা ৰাসায়নিক দ্রব্য
ഉദാഹരണം :
শস্যবোৰ পোক-পতঙ্গৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কীটনাশক ছটিওৱা হৈছে
പര്യായപദങ്ങൾ : কীট-নাশক দ্রব্য, কীটনাশক, কীটনাশক দ্রব্য
അർത്ഥം : পোক-পতঙ্গ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা দ্রব্য বিশেষ
ഉദാഹരണം :
খেতিয়কজনে পথাৰত কীটনাশক ঔষধ ছটিয়াই আছে
പര്യായപദങ്ങൾ : কীটনাশক