അർത്ഥം : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
ഉദാഹരണം :
উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
പര്യായപദങ്ങൾ : উৎকোচ
അർത്ഥം : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য
ഉദാഹരണം :
চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়