അർത്ഥം : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
ഉദാഹരണം :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
പര്യായപദങ്ങൾ : ইংলিচ, ইংৰাজী ভাষা
അർത്ഥം : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়
ഉദാഹരണം :
তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়
അർത്ഥം : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
ഉദാഹരണം :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
പര്യായപദങ്ങൾ : ইংলিচ
അർത്ഥം : ইংলেণ্ডৰ সৈতে সম্বন্ধ থকা বা ইংলেণ্ডৰ
ഉദാഹരണം :
ইংৰাজসকল গুচি গʼল যদিও ইংৰাজী সভ্যতা ইয়াতে এৰি থৈ গʼল