അർത്ഥം : কোনো মাল-বস্তু বেহা-বেপাৰৰ কাৰণে নিজৰ দেশলৈ অনা কার্য
ഉദാഹരണം :
ভাৰতে প্রয়োজন অনুসৰি কিছুমান বস্তু আমদানি কৰে
അർത്ഥം : যি অন্য ঠাই বা দেশৰ পৰা আহিছে বা যাক বাহিৰৰ পৰা অনা হৈছে
ഉദാഹരണം :
আন দেশৰ আমদানি সামগ্রীবোৰৰ তুলনাত নিজ দেশৰ বস্তুবোৰেই ভাল
പര്യായപദങ്ങൾ : ইম্পʼৰটেড