അർത്ഥം : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
ഉദാഹരണം :
আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
പര്യായപദങ്ങൾ : আত্মীয়-স্বজন, আপোন
അർത്ഥം : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
ഉദാഹരണം :
এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
പര്യായപദങ്ങൾ : নিজৰ