അർത്ഥം : যাৰ বিষয়ে অভিযোগ কৰা হৈছে
ഉദാഹരണം :
অভিযুক্ত ব্যক্তি সাক্ষাৎকাৰৰ কাৰণে আহিব নোৱাৰিলে
അർത്ഥം : যাৰ ওপৰত অপৰাধৰ অভিযোগ অনা হৈছে
ഉദാഹരണം :
অভিযুক্ত ব্যক্তিজনক পুলিচে ধৰি লৈ গʼল
പര്യായപദങ്ങൾ : আৰোপিত