ಅರ್ಥ : কোনো কথাৰ সূত্রপাত ঘটোৱা
ಉದಾಹರಣೆ :
বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
ಸಮಾನಾರ್ಥಕ : ৰোৱা
ಅರ್ಥ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
ಉದಾಹರಣೆ :
খেতিয়কে খেতিপথাৰত ধান ৰুইছে
ಸಮಾನಾರ್ಥಕ : ৰোৱা