ಅರ್ಥ : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য
ಉದಾಹರಣೆ :
ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম
ಸಮಾನಾರ್ಥಕ : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, স্থানান্তৰ
ಅರ್ಥ : যি কʼৰবাৰ পৰা অন্য কোনো ঠাইলৈ গতি কৰি কৰিছে
ಉದಾಹರಣೆ :
দর্শনৰ ্কাৰণে ৰাওনা হোৱা সাধুসকল মন্দিৰত গৈ পালেগৈ
ಅರ್ಥ : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা
ಉದಾಹರಣೆ :
পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি
ಸಮಾನಾರ್ಥಕ : পঠোৱা