ಅರ್ಥ : গালত লগোৱা এক প্রকাৰৰ ৰঙা বা গুলপীয়া প্রসাধন সামগ্রী
ಉದಾಹರಣೆ :
ছালৰ ৰং অনুসৰি ৰহণ ব্যৱহাৰ কৰা উচিত
ಸಮಾನಾರ್ಥಕ : বোল
ಅರ್ಥ : ওঁঠ, ্গাল আদিত লগোৱা একধৰণৰ ৰঙা ৰঙৰ প্রসাধন সামগ্রী
ಉದಾಹರಣೆ :
মনোৰমাই নিজৰ গালত ৰহণ সানি আছে
ಸಮಾನಾರ್ಥಕ : লালিমা