ಅರ್ಥ : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ
ಉದಾಹರಣೆ :
লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে
ಸಮಾನಾರ್ಥಕ : বজাৰ
ಅರ್ಥ : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য
ಉದಾಹರಣೆ :
ইয়াত প্রতি শনিবাৰে বজাৰ বহে
ಸಮಾನಾರ್ಥಕ : বজাৰ