ಅರ್ಥ : দহটা এশ যোগ কৰিলে যি সংখ্যা পোৱা যায়
ಉದಾಹರಣೆ :
পাঁচশ আৰু পাঁচশ মিলি হাজাৰ হয়
ಸಮಾನಾರ್ಥಕ : সহস্র
ಅರ್ಥ : অংকৰ গণনাত এককৰ ফালৰ পৰা গণনা কৰিলে চতুর্থ ্স্থানত পোৱা সেই মান যʼত এক হাজাৰ গুণিতকৰ বোধ জন্মে
ಉದಾಹರಣೆ :
পাঁচ হাজাৰ দুইত পাঁচটো হাজাৰৰ স্থানত আছে
ಸಮಾನಾರ್ಥಕ : হেজাৰ