ಅರ್ಥ : কʼৰবাত কʼৰবাত হোৱা
ಉದಾಹರಣೆ :
সৰু-সুৰা ঘটনাক বাদ দি বন্ধ সফল হোৱা বুলিয়েই কʼব পাৰি
ಅರ್ಥ : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
ಉದಾಹರಣೆ :
তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
ಸಮಾನಾರ್ಥಕ : লাপি-লুপা