ಅರ್ಥ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
ಉದಾಹರಣೆ :
গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
ಸಮಾನಾರ್ಥಕ : তল
ಅರ್ಥ : প্রবলতা, মাত্রা, গুণ আদিৰ ভিত্তিত এক স্থিতি
ಉದಾಹರಣೆ :
প্রযুক্তিবিদ্যাৰ উন্নতি বিশ্ব স্তৰত বৰ বেগেৰে হৈ আছে