ಅರ್ಥ : ভিতৰলৈ সোমাই যোৱা কাৰ্য
ಉದಾಹರಣೆ :
মাটিত সোমোৱাৰ কাৰণে অট্টালিকাটো সৰি পৰিল
ಸಮಾನಾರ್ಥಕ : পোত যোৱা
ಅರ್ಥ : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য
ಉದಾಹರಣೆ :
এই টেমাটোত সাত কিলো আটা সোমায়
ಸಮಾನಾರ್ಥಕ : ভৰোৱা