ಅರ್ಥ : ৰজা জনকৰ পুত্রী তথা ৰামৰ পত্নী
ಉದಾಹರಣೆ :
সীতা এগৰাকী ্আদর্শ পত্নী আছিল সীতাক জগত জননী জগদম্বাৰ ৰূপ বুলি ধৰা হয়
ಸಮಾನಾರ್ಥಕ : জনকনন্দিনী, জানকী, বৈদেহী, ভূপুত্রী, মৈথিলী
ಅರ್ಥ : হালবোৱাৰ সময়ত নাঙলৰ ফালে সৃষ্টি কৰা ৰেখা বিশেষ
ಉದಾಹರಣೆ :
কৃষকে সীৰলুত বীজৰোপণ কৰি আছে
ಸಮಾನಾರ್ಥಕ : সীৰলু