ಅರ್ಥ : যি জাহাজ বা নৌপৰিবহন আদিৰ সৈতে সম্বন্ধিত বা যʼত নৌপৰিবহন, নাৱিক আদি জড়িত হৈ থাকে
ಉದಾಹರಣೆ :
সাগৰীয় সন্মিলনৰ সময়ত নাৱিকসকলক নতুন নতুন কথাৰ সৈতে পৰিচিত কৰোৱা হʼল
ಅರ್ಥ : সাগৰৰ পৰা উৎপন্ন
ಉದಾಹರಣೆ :
তেওঁ মুকুতা, শংখ আদি সাগৰীয় বস্তুৰ ব্যৱসায় কৰে
ಸಮಾನಾರ್ಥಕ : সামুদ্রিক