ಅರ್ಥ : যাৰ সন্তান নাই (পুৰুষ)
ಉದಾಹರಣೆ :
সন্তানহীন মংগলে দ্বিতীয় বিবাহ কৰাবৰ বাবে অসন্মত হʼল
ಅರ್ಥ : যাৰ কোনো সন্তান নাই
ಉದಾಹರಣೆ :
নিঃসন্তান শুক্লা দম্পত্তিয়ে অনাথ আশ্রমৰ পৰা এটা কেঁচুৱা কোলাত তুলি লʼলে
ಸಮಾನಾರ್ಥಕ : নিঃসন্তান