ಅರ್ಥ : যি মানুহ বা সমূহৰ মাজত প্রচাৰ কৰা হয়
ಉದಾಹರಣೆ :
সম্প্রচাৰৰ দ্বাৰাই এখন ঠাইৰ সংস্কৃতি আৰু সভ্যতা আন ঠাইলৈ প্রসাৰিত হয়
ಸಮಾನಾರ್ಥಕ : সম্প্রচাৰ
ಅರ್ಥ : বিয়পি পৰা কার্য, বিশেষকৈ কোনো বস্তুৰ ভিতৰত
ಉದಾಹರಣೆ :
পৰিবেশত প্রদুষিত বায়ুৰ সঞ্চৰণে বহুতো ৰোগৰ জন্ম দিছে
ಸಮಾನಾರ್ಥಕ : সঞ্চৰণ