ಅರ್ಥ : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ
ಉದಾಹರಣೆ :
ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল
ಅರ್ಥ : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
ಉದಾಹರಣೆ :
ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
ಸಮಾನಾರ್ಥಕ : সংস্থা