ಅರ್ಥ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
ಉದಾಹರಣೆ :
খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : অংক
ಅರ್ಥ : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
ಉದಾಹರಣೆ :
আহতৰ সংখ্যা বহুত বেছি