ಅರ್ಥ : যিজনে কোনো ঠাইত আশ্রয় লʼব বিচাৰে
ಉದಾಹರಣೆ :
ভগৱানে শৰণার্থীসকলৰ ৰক্ষা কৰে
ಅರ್ಥ : যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক্্ভাৱে আঁত্্ৰাই পঠোৱা হৈছে অথবা যি অন্য ঠাইত আশ্রয় লাভ কৰি থাকিবলৈ লৈছে
ಉದಾಹರಣೆ :
অসমত বহুত বেছি বিদেশী শৰণার্থীয়ে বসবাস কৰি আছে
ಸಮಾನಾರ್ಥಕ : ৰিফিউজী
ಅರ್ಥ : যি অন্য ঠাইত শৰণ লাভ কৰি থাকিবলৈ বিচাৰিছে বা যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক আঁত্্ৰাই পঠোৱা হৈছে
ಉದಾಹರಣೆ :
শৰণার্থী চলমান এতিয়াও আমেৰিকাতেই আছে
ಸಮಾನಾರ್ಥಕ : ৰিফিউজী