ಅರ್ಥ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
ಉದಾಹರಣೆ :
এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
ಸಮಾನಾರ್ಥಕ : ক্লাছ
ಅರ್ಥ : কোনো কোঠাত উপস্থিত লোক
ಉದಾಹರಣೆ :
তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
ಸಮಾನಾರ್ಥಕ : কোঠা