ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ শুকান ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

শুকান   বিশেষণ

ಅರ್ಥ : যʼত ৰস নাই

ಉದಾಹರಣೆ : শুকান ফল নিৰস

ಸಮಾನಾರ್ಥಕ : নিৰস, ৰসহীন

ಅರ್ಥ : যʼৰ পৰা জীৱনী শক্তিৰ সূচনাকাৰী হৰিৎ ৰং বাহিৰ হৈ গৈছে

ಉದಾಹರಣೆ : শুকান গছজোপা আধাতে মৰি গʼল

ಅರ್ಥ : যি বহুত ্দুর্বল আৰু ক্ষীণ

ಉದಾಹರಣೆ : তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে

ಸಮಾನಾರ್ಥಕ : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা

ಅರ್ಥ : তিতি বা ভিজি নথকা:শুকান বতৰত ছাল শুকাই যায়

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : শুষ্ক

ಅರ್ಥ : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু

ಉದಾಹರಣೆ : খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে

ಸಮಾನಾರ್ಥಕ : ৰুক্ষ

चौपाल