ಅರ್ಥ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
ಉದಾಹರಣೆ :
গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
ಸಮಾನಾರ್ಥಕ : উপদেশ
ಅರ್ಥ : বিদ্যা, সংগীত আদি পঢ়োৱা বা শিকোৱা কার্য
ಉದಾಹರಣೆ :
পাঠশালাত ভালেমান বিষয়ৰ শিক্ষা দিয়া হয়
ಸಮಾನಾರ್ಥಕ : তালিম