ಅರ್ಥ : এজোপা সুকাঠী বহুত ডাঙৰ গছ
ಉದಾಹರಣೆ :
শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
ಸಮಾನಾರ್ಥಕ : শাল গছ
ಅರ್ಥ : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
ಉದಾಹರಣೆ :
কমাৰে শালত কেৰাহীখন থৈ পিটি আছে