ಅರ್ಥ : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
ಉದಾಹರಣೆ :
এই সংস্থাৰ পাঁচটা অংগ আছে
ಸಮಾನಾರ್ಥಕ : অংগ
ಅರ್ಥ : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
ಉದಾಹರಣೆ :
জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
ಸಮಾನಾರ್ಥಕ : সম্প্রদায়