ಅರ್ಥ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
ಉದಾಹರಣೆ :
সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
ಸಮಾನಾರ್ಥಕ : শ
ಅರ್ಥ : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান
ಉದಾಹರಣೆ :
৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে